Sereng koi assamese song download {Lyrics, mp3, mp4, karaoke download for free}

Sereng Koi Lagile Bukute Jui Assamese Song Download link4today by Papori Gogoi is recently released latest Assamese Song written by Adhiti Sagar and music are given by Ravi Basrur.

Sereng koi assamese song download, {Lyrics, mp3, mp4, karaoke download for free},



Sereng Koi Lagile Bukute Jui Mp3

Sereng Koi (চেৰেংকৈ) Song Lyrics – Papori Gogoi – Raag Parag

চেৰেংকৈ লাগিলে বুকুতে জুই 

চাগে তই আছিলি কলিজাতে শুই 

চেৰেংকৈ লাগিলে বুকুতে জুই - চাগে তই আছিলি কলিজাতে শুই 

ৰৈ ৰৈ ৰৈ তোলৈ চাও ৰৈ ৰৈ ৰৈ তোলৈ চাও 

চেৰেংকৈ লাগিলে বুকুতে জুই  চাগে তই আছিলি কলিজাতে শুই 

মৰম লগা লপথপীয়া তোৰ গাল খনি মোহাৰি চাও 

তোৰে বুকুতেনো কিমান মৰম তাতে মই ডুবি যাও 

অ’ মৰম লগা লপথপীয়া তোৰ গাল খনি মোহাৰি চাও 

তোৰে বুকুতেনো কিমান মৰম তাতে মই ডুবি যাও 

অকলে মনে গমোথা মাৰে একো ভাবি নাপাও 

ৰৈ ৰৈ ৰৈ তোলৈ চাও 

ৰৈ ৰৈ ৰৈ তোলৈ চাও 

চেৰেংকৈ লাগিলে বুকুতে জুই 

অ’ মোৰে বুকুতে তই সাজিলি প্ৰেমৰ ঘৰ 

মৰমে তাতে উকি মাৰে গৈ 

মৰমে তাতে উকি মাৰে গৈ 

অ’ মোৰে হিয়াতে তই বোৱালি পিৰিতিৰ নৈ 

তাতেনো খেলিব মৰমবোৰ পানচৈ হৈ 

তাতেনো খেলিব মৰমবোৰ পানচৈ হৈ 

ৰৈ ৰৈ ৰৈ তোলৈ চাও 

ৰৈ ৰৈ ৰৈ তোলৈ চাও 

চেৰেংকৈ লাগিলে বুকুতে জুই

0/Post a Comment/Comments

Please do not enter any spam link in the comment box